আন্ধাৰৰ আলিংগন 2

মলয়াৰ সুৰ সংগীতৰ
শীতলতাৰে ভৰা আকাশ
সময় কেনি যায়
আন্ধাৰৰ আলিংগন
ফেঁচাই কুৰুলিয়াই
বিভূৰ শূন্য আকাশ
ভৰি গ`ল হেজাৰ তৰা
তাতে আহি জোনাকে মিচিকি হাঁহিলে
আন্ধাৰ এতিয়া অতি আপোন।