বাৰিষাৰ সোঁতত
অভিমানবোৰ ৰৈ ৰৈ
বুকু ঠেকেছি আছে
চকু পানীৰ নিজৰা
শিলৰ ফাকে ফাকে
স্মৃতি হৈ ৰ’ল
মনে বুজায়
শান্ত হোৱা
বুকু ডাঠ কৰি
উজাই যোৱা
নৈৰ বৈ যোৱা সোঁত
আৰু উভতি নাহে
অভিমানবোৰ ৰৈ ৰৈ
বুকু ঠেকেছি আছে
চকু পানীৰ নিজৰা
শিলৰ ফাকে ফাকে
স্মৃতি হৈ ৰ’ল
মনে বুজায়
শান্ত হোৱা
বুকু ডাঠ কৰি
উজাই যোৱা
নৈৰ বৈ যোৱা সোঁত
আৰু উভতি নাহে