অভিমান অভিমান

কেতিৱাবা ঘটি যায় ঘটনাবোৰ
ৰৈ যায় মাথো স্মৃতি
আন্ধাৰখিনিতে দুব গৈছিল বেলিটো
অভিমান কৰাতো জানো অপৰাধ
পোৱা নোপোৱাৰ আৰু
বোজা নোবোজাৰ
নহয় জানো ই এটি অনুভুতিৰ সংমিশ্রণ
যদিওবা নাজানিছিলো অভিমান ভাঙিবলৈ
তথাপিওঁ জানো বেয়া পাইছিলো
কেতিৱাবা অভিমান কৰাজনক
বুজা নুবুজাৰ
এটি মিঠা অনুভূতি
অভিমান অভিমান
যেন এটি নুবুজা সাথৰ ।। ।।