সুখৰ সংজ্ঞা


সুখৰ সংজ্ঞা
তৃষ্ণাতুৰ পিয়াহ
দুখ এটি  যাত্ৰা মৰুভূমি,
ঈশ্বৰ নিৰ্লিপ্ত নহয়
দিছে অৰ্থ জীৱনৰ,
হাঁহিত জিলিকে
ওঁঠৰ মায়া,
জীৱন এটি  
বোৱঁতী সুঁতি,
ঢৌ ঠে মাৰ যায়
ৰং সানে
জীৱনৰ গতিত