ৰূপালী জোনাক


শুকুলা ডাৱৰে আবৰা আকাশ
আৰু তাতে খেলা কৰা
ৰূপালী জোনাক

মুখত এটি মিচিকিয়া হাঁহি
এচাটি মৃদু মলয়া বৈ গ
দি গল শেৱালীৰ সুবাস

এটি সুৰৰ তালে তালে
বৈ যোৱা নিজৰাটিয়ে
তোমাৰেই কথা কৈ গ

দূৰৈত ধেমালি কৰা
জোনাকী জাকে
আমাৰেই কথা
পাতিছে কিজানি।