সময় যেন ৰৈ গৈছে আগুৱাবৈ নোখোজে
নিমাওমাও পৰিবেশ এটাত আবদ্ধ হৈ ৰলো
কিবা এক অজান আশংকাত বুকুখন কঁপি উঠিছিল
অসহজ ব্যতিক্রমি পৰিবেশৰ অবস্থিতি
নিঃস্তব্দ পৰিবেশত মনতো খেলি মেলি লাগি গ’ল
অনিশ্চিত পৰিনতি এটাৰ বাবে বাট চাই ৰ’লো
পৰিবেশতো ক্রমশ মোৰ বাবে শ্বাসৰূদ্ধকৰ
হৈ আহিব
ধৰিছিল