বননীৰ বাতৰি

বননীৰ বাতৰি
নিশাহ এৰিলে বতাহে
মতলীয়া মৌ
ফুল পদুমত
সুৰীয়া কুলিৰ সুৰে
বননিৰ বাতৰি দিলে
কেতেকীৰ গানে
বকুত সিঁচিলে
মদাৰৰে ফাঁকু
মতলীয়া হ’ল হৃদয়