আদিম
বন্যতা
সৌন্দৰ্য্য
আকৰ্ষণ স্নিগ্ধতা
বনৰীয়া
মন
অহৰহ
ধ্বন্নী প্ৰতিধ্বন্নি প্ৰকৃতিৰ
শীলে
শীলে ঠেকা খাই
বৈ
যায় নিজৰাটি
লহৰে
লহৰে গীত ৰচে
সৃষ্টি
হয় এটি সুৰসমলয়
উটি
ভাঁহি গুচি যায় আকাশে বতাহে
উৰি
ফুৰে বন্য আনন্দ
বিশাল
সেউজীয়া অৰণ্য
অনুভৱ
এটি চিৰশান্তি।