ভাৱৰ নিজস্ব ধাৰা
পুঞ্জীভুত বেদনা
তুমি মোৰ পুঞ্জীভুত বেদনাক
জগাই তুলিলা কিয়
বেদনাৰ বীণখনিত
সুৰৰ ঝংকাৰ তুলিলা কিয়
মই বীণা তুমি সুৰ
সুৰহৈ তুমি মোত
উঠলি উঠলা কিয়
শত যুগৰ সঞ্চিত বেদনাই
তুলিছে তান আজি হিয়া উজাৰি
Newer Post
Older Post
Home