প্ৰীতিৰ বতাহ

প্ৰীতিৰ বতাহ
সপোন শব্দৰ
কবিতা লিখো
ভাষা গানৰ

আকাশ দুৰনিৰ
সংকেত জেউতিৰ

অন্তৰ উপচি
জোনাক নিশা
প্ৰীতিৰ বতাহে
অন্তৰ পৰশে ।।