ভাৱৰ নিজস্ব ধাৰা
এটোপি বৰষুণৰ লাগে
ৰ’দৰ অগনি ধালিছে সুৰুযে
ক্লান্ত দেহালৈ খেতিয়কে
চাই আছে আকাশলৈ
এটোপি বৰষুণৰ লাগে ।
পুৱা গধুলি খেতিয়ক কবিয়ে
শস্যৰ প্ৰেম ৰচে পথাৰত
খেতিয়কৰ হাতৰ পৰশত
প্ৰাণ পায় উঠে পথাৰ।
Newer Post
Older Post
Home