ভাৱৰ নিজস্ব ধাৰা
পমি গ’ল হৃদয়
প্ৰীতিৰ সোঁত এটি
বৈ যায় বুকুয়েদি
সুৰৰ ৰাগিণী বৰষি
পমি গ’ল হৃদয়
ভূমুকি মাৰোগৈ ফুলনিত
জীৱন শস্য ফুলৰ পাহি
উপচি পৰিল দিঠক সপোন
হাঁহিৰে আদৰি হেঙুলি বেলিটি
গীতৰ কলি এটি গুণগুণাওঁ।।
Newer Post
Older Post
Home