সোনালী ৰ'দৰ মিঠা ভাজত

সোনালী 'দৰ
মিঠা ভাজত
খেলি মেলি
আলসোৱা মন

আচহোৱা বতাহত
মনত জাগে
অচিনাকি ভাৱ

তুলুঙা নাও
কঁপে ঘনে ঘনে

পানীৰ চাকনৈয়াত পৰি
ৰুক্মিনীক হৰিবৰ মন

মনে নামানে
সোনালী 'দৰ
মিঠা ভাজত
ৰিঙা ৰিঙা মন