তাহানিতে গোৱা গীতবোৰ

সযতনে সাঁচি থওঁ
তাহানিতে গোৱা গীতবোৰ
জোনাক নিশা মনত পৰে
বুকু হম হম কৰে
ঢোল পেঁপা গগনাৰ
আকাশ বতাহ কঁপোৱা বহাগ
বুকুৰ মাজত
হৃদয়ৰ ভালপোৱাৰে
সযতনে সাঁচি থওঁ
তাহানিতে গোৱা গীতবোৰ