অদূৰত থাকি
হাঁহে অনামীয়ে,
মধু ক্ষনৰ নবজা সুৰটি
বাজি
উঠে কাণত,
হৃদয় মোৰ উগুল থুগুল,
কোনোবা দূৰণীত
অনামীয়ে হাঁহে,
এটি সুৰৰ
সৃষ্টি মৃদু ঝংকাৰ
সৃষ্টি মৃদু ঝংকাৰ
প্রতিধ্বনিত হয়
আকাশে বতাহে,
মতলীয়া মনত
ফাগূণৰ বা লাগে,
হৃদয়ৰ কোণে কোণে
নাচি উঠে মন