ভাৱৰ নিজস্ব ধাৰা
মনৰ সোঁৱৰণী
শীতল জোনাকৰ মৃদু পৰশত
অন্তৰ মোৰ উগুল থুগুল
,
মনত পৰে পুৰণি বিৰহৰ ব্যথা
মনৰ সোঁৱৰণীত
জাগে অতীতৰ মধুৰ সুৰ
বাহিৰত ৰূপালী জোনাক
মন উৰুঙা উৰুঙা লাগে
Newer Post
Older Post
Home